পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে তলা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

তলা   বিশেষ্য

অর্থ : নিৰাপদৰ কাৰণে বাকচ, আলমাৰি, ঘৰ-দুৱাৰ আদিৰ খাৰুৱাত লগোৱা এবিধ ধাতুৰ সৰঞ্জাম

উদাহরণ : চাবিপাত হেৰুৱা কাৰণে মই বাকচটোৰ তলা ভাগিব লগীয়া হʼল

সমার্থক : তলা-চাবি

অর্থ : বহু তৰপীয়া ঘৰৰ ওপৰ-তল হিচাপত সজা কোঠাৰ স্তৰ

উদাহরণ : মোৰ ঘৰ সাত নম্বৰ মহলাত আছে

সমার্থক : ফ্লʼৰ, মহলা

অর্থ : কিছুমান আভূষণৰ মূৰত জোৰা লগোৱাৰ কাৰণে বা বন্ধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পেচযুক্ত বস্তু বিশেষ

উদাহরণ : কাণফুলিৰ পেচটো কʼৰবাত সৰি পৰিল

সমার্থক : পেচ

তলা   বিশেষণ

অর্থ : মহলা বা খলপাযুক্ত

উদাহরণ : মহানগৰত বহুমহলীয়া ঘৰ বহুত দেখিবলৈ পোৱা যায়

সমার্থক : মহলীয়া

चौपाल