পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে তিথি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

তিথি   বিশেষ্য

অর্থ : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ

উদাহরণ : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে

সমার্থক : দিৱস, বার্ষিকী, ্পর্ব

অর্থ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়

উদাহরণ : এদিনত আঠটা প্রহৰ থাকে

সমার্থক : দিন, দিৱস

অর্থ : ইংৰাজী মাহৰ হিচাপেৰে গণনা কৰা দিন

উদাহরণ : মই আবেদন পত্রখনত আজিৰ তাৰিখ লিখিবলৈ পাহৰি গʼলো

সমার্থক : তাং, তাৰিখ, দিনাংক

चौपाल