পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ত্রস্ত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ত্রস্ত   বিশেষণ

অর্থ : যি ভয় কৰি আছে

উদাহরণ : গাঁৱৰ ভিতৰত বাঘ সোমোৱাৰ খবৰ পোৱাৰ পিছত সকলো মানুহ আতংকিত হৈ পৰিল

সমার্থক : আতংকিত, ভয়াতুৰ, সন্ত্রস্ত

অর্থ : যিজনৰ মন ভয়ভাৱেৰে পূর্ণ ্ অথবা যিলোকৰ কোনো কাম আদি কৰিবলৈ লʼলে মনত ভয় উপজে:ভয়াতুৰ মানুহে জীৱনত বাৰে-বাৰে হাৰ মানিব লগীয়া হয়

উদাহরণ :

সমার্থক : অলপ-ধতুৱা, অসাহসিক, আতঙ্কগ্রস্ত, আতঙ্কিত, উচপিচীয়া, চকিত, ত্রাসিত, ভীত, ভয়গ্রস্ত, ভয়াতুৰ, ভয়ার্ত্ত, ভয়াল, সন্ত্রস্ত, সন্ত্রাসিত

অর্থ : ভয়তে মনে মনে থকা বা যি ভয় খাইছে

উদাহরণ : প্রিয়ংকাই সাপটো দেখাৰ লগে লগে আতংকিত হʼল

সমার্থক : আতংকিত

অর্থ : যি ভয় খাইছে

উদাহরণ : অন্যায়ৰ দ্বাৰা ভীত নহৈ তাৰ বিৰুদ্ধে যুঁজিব লাগে

সমার্থক : অলপ-ধতুৱা, আতংকিত, ত্রাসান্বিত, ভীত, ভীতি-বিহ্বল, ভয়গ্রস্ত, ভয়ত্রস্ত, ভয়াতুৰ, ভয়ার্ত, ভয়াল, শংকিত, শঙ্কিত, সশংকিত, ্ত্রাসিত

चौपाल