অর্থ : এশ আশী ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
উদাহরণ :
দক্ষিণ সদায় দক্ষিণ দিশৰ ফালেই থাকে
অর্থ : দক্ষিণ দিশত অৱস্থিত ৰাজ্য বা প্রদেশ
উদাহরণ :
সুৰেশ দক্ষিণৰ অধিবাসী
অর্থ : দক্ষিণৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
সোমবাৰৰ পৰা নাটো বাহিনীয়ে দক্ষিণ আফগানিস্থানত সেনা অভিযান চলায় নিজৰ পৰিৱেশ নিজৰ নিয়ন্ত্রণত আনিলে
সমার্থক : দক্ষিণী