অর্থ : দক্ষিণ আফ্রিকাৰ নিবাসী
উদাহরণ :
চৰকাৰে বগা আৰু কʼলা দক্ষিণ আফ্রিকান সকলৰ মাজত ভেদভাৱ ৰাখে
সমার্থক : দক্ষিণ আফ্রিকা বাসী, দক্ষিণ আফ্রিকা-বাসী, দক্ষিণ আফ্রিকাবাসী
অর্থ : দক্ষিণ আফ্রিকা সম্বন্ধী বা দক্ষিণ আফ্রিকাৰ
উদাহরণ :
দক্ষিণ আফ্রিকান অশ্বেত সকলে চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিছিল
সমার্থক : দক্ষিণ আফ্রিকা সম্বন্ধী