অর্থ : একো কৰিব নোৱাৰাকৈ কিহবাৰ ওপৰত যোৰ বা বল প্রয়োগ কৰা কার্য
উদাহরণ :
গুণ্ডাবোৰে গোটেই বস্তীবাসীক ডাবি-ধমকি দি দবাই ৰাখিছে
সমার্থক : দবোৱা
অর্থ : কোনো কথাক বাঢ়িবলৈ নিদিয়া
উদাহরণ :
হত্যাৰ বিষয়টোক আদালতলৈ যোৱাৰ আগতে দবাই ৰাখিলে
সমার্থক : হেঁচি ৰখা