পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দলবদলীয়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দলবদলীয়া   বিশেষ্য

অর্থ : দল বদলি কৰা ব্যক্তি বা যিজনে এটা দল এৰি অন্য এটা দলত যোগদান কৰে

উদাহরণ : দলবদলীয়াৰ কাৰণে কেতিয়াবা চৰকাৰো শাসনৰ পৰা আঁতৰিব লগাত পৰে

দলবদলীয়া   বিশেষণ

অর্থ : দল সলনি কৰা বা যি এটা দল এৰি অন্য এটা দললৈ গুচি যায়

উদাহরণ : চৰকাৰ গঠন হোৱাৰ লগে-লগেই দলবদলীয়া নেতাসকলক মন্ত্রীৰ দায়িত্ব দিয়া হʼল

चौपाल