পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দাবী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দাবী   বিশেষ্য

অর্থ : কোনো বস্তুৰ ওপৰত অধিকাৰ সাব্যস্ত কৰা কার্য

উদাহরণ : ছোৱালীয়েও নিজৰ পৈতৃক সম্পত্তিৰ দাবী কৰিব পাৰে

অর্থ : দৃঢ়তাপূর্ক কথন

উদাহরণ : আপোনাৰ ৰামৰ সন্দর্ভত এই ্দাবী উচিত হোৱা নাই

অর্থ : সত্যতা নিৰূপণৰ কাৰণে কোনো কথা কোৱাৰ সাহস

উদাহরণ : মই এইটো দাবীৰে সৈতে কʼব পাৰোঁ যে ইয়াত ভেজাল আছে

অর্থ : সম্পত্তি অথবা অধিকাৰৰ ৰক্ষাৰ বা প্রাপ্তিৰ কাৰণে চলোৱা মোকর্দ্্মা

উদাহরণ : বিৰলাই প্রিয়ম্বদাৰ দান-পত্রৰ বিৰুদ্ধে দাবী কৰিলে

चौपाल