অর্থ : যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে
উদাহরণ :
কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো
অর্থ : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
উদাহরণ :
মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
সমার্থক : দিৱস