অর্থ : আৰতিৰ সময়ত জ্বলাই লোৱা চাকিৰ সমূহ
উদাহরণ :
আৰতিৰ সময়ত পুজাৰীৰ এখন হাতত দীপকমালা আৰু আনখন হাতত ঘন্টা আছিল
সমার্থক : দীপকমালা
অর্থ : জ্বলি থকা দীপকৰ শাৰী
উদাহরণ :
দিৱালীৰ ৰাতিত ৰমেশৰ ঘৰৰ দুৱাৰত দীপমালা সজ্জিত আছিল
সমার্থক : দীপাৱলী