অর্থ : দুখন মুখ থকা বা যাৰ দুখন মুখ আছে
উদাহরণ :
যাক দুমুখীয়া সাপ বুলি কোৱা হয় বাস্তৱতে সেইয়া দুমুখীয়া সাপ নাথাকে
অর্থ : কোনো কাজিয়া আদিত দুয়োপক্ষৰ ফালৰ পৰা যিজনক নিয়োজিত কৰা হয়
উদাহরণ :
আমি দুমুখীয়া ব্যক্তিৰ ওপৰত বিশ্বাস কৰা উচিত নহয়
সমার্থক : দুফলীয়া
অর্থ : দুটা কথা কোৱা বা দুই ধৰণৰ আচৰণ কৰা মানুহ
উদাহরণ :
দুমুখীয়া মানুহৰ ওপৰত মোৰ খং উঠে
অর্থ : যাৰ দুখন মুখ আছে
উদাহরণ :
বাজীকৰে মানুহক দুমুখীয়া সাপ দেখুৱালে