পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দুষ্কৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দুষ্কৰ   বিশেষণ

অর্থ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য

উদাহরণ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল

সমার্থক : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুৰূহ, সুকঠিন

অর্থ : যিটো কৰিবলৈ কঠিন

উদাহরণ : হিমালয় পর্বত আৰোহণ কৰাটো কার্য

সমার্থক : দুঃসাধ্য, দুৰূহ

অর্থ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়

উদাহরণ : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়

সমার্থক : অসহজ, কঠিন, কঠোৰ, দুর্বোধ্য, দুৰূহ, বিচল

चौपाल