পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দুৰাচাৰী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দুৰাচাৰী   বিশেষ্য

অর্থ : দুষ্ট বা মিছলীয়া ব্যক্তি

উদাহরণ : দুর্জনৰ সংগৰ ্পৰা আঁতৰি থাকিবা

সমার্থক : খল, দুর্জন, দুৰাত্মা, বেয়া মানুহ, শঠ, ্হাৰামি

দুৰাচাৰী   বিশেষণ

অর্থ : দুষ্কর্ম কৰোতা বা যি ভাল কাম নকৰে

উদাহরণ : দুষ্কর্মলৈ ভয় কৰিবা, কিন্তু ্দুষ্কর্মী লোকলৈ নহয়

সমার্থক : কু-কর্মক্াৰী, খল, দুষ্কর্মী, দুষ্কার্যক্াৰী, দুষ্কৃতিকাৰী, ্অপকর্মী, ্দুষ্কর্মক্াৰী

অর্থ : যি পাপ কৰে বা পাপ কৰোতা

উদাহরণ : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে

সমার্থক : অধম, অনাচাৰী, দুষ্টাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী

অর্থ : যিজন বেয়া বা নিন্দনীয় চৰিত্রৰ

উদাহরণ : চৰিত্রহীন ব্যক্তি সমাজৰ অভিশাপ স্বৰূপ

সমার্থক : চৰিত্রহীন, দুশ্চৰিত্র, ভ্রষ্টাচাৰী

चौपाल