পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দৃষ্টি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দৃষ্টি   বিশেষ্য

অর্থ : চোৱা কার্য ্বা ঢং

উদাহরণ : চাৱনি দেখিয়েই আমি বুজিলো যে তেওঁ বহুত খঙত আছে

সমার্থক : চাৱনি, নজৰ

অর্থ : যি প্রবৃত্তি বা শক্তিৰ বলত মানুহ অথবা জীৱ-জন্তুৱে সকলো বস্তু দেখা পায়

উদাহরণ : শগুণৰ দৃষ্টিশক্তি বৰ প্রখৰ

সমার্থক : দৃষ্টি-শক্তি, দৃষ্টিশক্তি

অর্থ : চকুৰ দৃষ্টিৰ ক্ষেত্র বা দৃষ্টিৰ সীমা বা যিমান দূৰলৈকে চকুৰে দেখা যায়

উদাহরণ : মই তেওঁক তেতিয়ালৈকে চাই থাকিলো যেতিয়ালৈকে তেওঁ ্মোৰ দৃষ্টিৰ বাহিৰ হৈ নগʼল

चौपाल