পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দেৰি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দেৰি   বিশেষ্য

অর্থ : নিয়ত বা সাধাৰণতকৈ বেছি সময়

উদাহরণ : মোৰ ইয়ালৈ অহাত দেৰি হʼলেও চিন্তা কৰিব নালাগে

সমার্থক : আলম-বিলম, গহৰি, পলম, বিলম্ব

দেৰি   বিশেষণ

অর্থ : সাধাৰণ বা অপেক্ষিত সময়ৰ পিছৰ বা পিছত হোৱা

উদাহরণ : নাজানো কিয় মই ৰাতি দেৰিলৈ শুব নোৱাৰিলো

चौपाल