পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দৈর্ঘ্য শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দৈর্ঘ্য   বিশেষ্য

অর্থ : ধৰাতলৰ পৰা একেবাৰে ওপৰৰ ফালে প্রসাৰিত বা ওপৰৰ পিনলৈ বিস্তাৰিত:কুতুব মিনাৰৰ উচ্চতা বহুত বেছি তেওঁ ্ মোৰ ভাইটিৰ সমান ওখ

উদাহরণ :

সমার্থক : উচ্চতা, ওখ, দীঘ, দীর্ঘতা

অর্থ : দী্র্ঘ ্বা দীঘল হোৱা অৱস্থা বা ভাৱ

উদাহরণ : আপুনি বিৰহিণীৰ বিৰহ কালৰ দী্র্ঘ্্তাৰ অনুমান লগাব পাৰিবনে?

সমার্থক : দী্র্ঘ্্তা

অর্থ : এটা মূৰৰ পৰা আনটো মূৰলৈকে সমান্তৰাল বিস্তাৰ বা যিকোনো এঠাইৰ সকলোতকৈ দীঘল ক্ষেত্রীয় বিস্তাৰ

উদাহরণ : এই ঠাইখিনিৰ ্ দৈর্ঘ্য প্রস্থৰ দুগুণ

সমার্থক : দীর্ঘতা

चौपाल