সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মংগল বা কল্যাণ কামনা কৰি কোৱা শ্্ব্দ বা বাক্য:ডাঙৰৰ আশীর্বাদত লʼৰা-ছোৱালীৰ জীৱন ধন্য হয়
উদাহরণ :
সমার্থক : আশিস, আশীর্বচন, আশীর্বাদ, আশীষ
অর্থ : কটা কাম
উদাহরণ : এতিয়া ধান দোৱা কাম চলি আছে
সমার্থক : কটোৱা
অর্থ : কটোৱাৰ কাম
উদাহরণ : ঠিকাদাৰে বনুৱাবোৰৰ দ্বাৰা খেতিডৰা দোৱাৰ কাম কৰি আছে
সমার্থক : কটা
ইনস্টল