অর্থ : গণনা অনুসৰি বাইশৰ স্থান
উদাহরণ :
সুষমাই নিজৰ বিবাহৰ দ্বাবিংশ ্বর্ষ বৰ উলহ-্মালহেৰে উদযাপন কৰিলে
সমার্থক : ২২তম
অর্থ : বিশ আৰু দুই
উদাহরণ :
নিজৰ কাব্য প্রতিভাৰ কাৰণে শ্যাম বাইশ বছৰ বয়সতে প্রসিদ্ধ হৈ পৰিল
সমার্থক : দ্বা-বিংশ, দ্বা-বিংশতি, দ্বাবিংশতি, বাইশ