অর্থ : যিজনে ধনু লৈ থাকে
উদাহরণ :
ঋষিয়ে সাধুবেশী দুজন ধনুর্ধৰক বনত ঘূৰি ফুৰা দেখিলে
সমার্থক : ধনুর্ধাৰী
অর্থ : ধনু ধাৰণ কৰোতা
উদাহরণ :
মহাভাৰতৰ যুদ্ধচ ধনুর্ধৰ অর্জুনে পাণ্ডৱক বিজয়ী কৰাত বিশেষ ভূমিকা গ্রহণ কৰিছিল
সমার্থক : ধনুর্ধাৰী