পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ধপধপোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ধপধপোৱা   ক্ৰিয়া

অর্থ : ভয়, দুর্বল্্তা, জ্বৰ আদিৰ বাবে হৃদয় ধক-ধক কৰা বা স্পন্দিত হোৱা

উদাহরণ : ক্রোধিত হʼলে হৃদয় জোৰেৰে ধপধপায়

সমার্থক : স্পন্দিত হোৱা

অর্থ : ইফাল-সিফাল কৰি ধপধপ শ্্ব্দ কৰা

উদাহরণ : চৰাইবোৰে পাখিৰে ধপধপাই আছে

সমার্থক : ধপধপাই থকা

অর্থ : ভয়, উদ্বেগ আদিৰ কাৰণে হৃদয়ৰ গতি তীব্র হোৱা

উদাহরণ : পুলিচক দেখিয়েই চোৰটোৰ বুকু ধপধপাবলৈ ধৰিলে

चौपाल