পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ধাই শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ধাই   বিশেষ্য

অর্থ : শিশুৰ চোৱাচিতা কৰা দাসী

উদাহরণ : কাম-কাজত ব্যস্ত মহিলাসকলে নিজৰ শিশুৰ কাৰণে ধাই ৰাখে

অর্থ : কেঁচুৱা জন্ম দিয়াত সহায়তা কৰা স্ত্রী

উদাহরণ : আজিকালি ্গাঁৱৰ ধাইসকলকো চৰকাৰী প্রশিক্ষণ দিয়া হয়

সমার্থক : ধাই মাতৃ

অর্থ : প্রসূতিৰ যতন আৰু সেৱা-শুশ্রূষা কৰা কৰা স্ত্রী

উদাহরণ : চিকিৎসকে প্রসূতিৰ চোৱা-চিতাৰ কাৰণে এগৰাকী ধাই নিযুক্ত কৰিলে

সমার্থক : ধাত্রী

অর্থ : আনৰ কেঁচুৱাক নিজৰ পিয়াহ খুৱাই প্রতিপাল কৰা স্ত্রী

উদাহরণ : মাকৰ মৃত্যুৰ পিছত এগৰাকী ধাত্রীৰ কোলাত শ্যাম ডাঙৰ-দীঘল হৈছিল

সমার্থক : ধাই মা, ধাত্রী

चौपाल