পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ধাউতি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ধাউতি   বিশেষ্য

অর্থ : কোনো ফালে প্রবৃত্ত হোৱাৰ কার্য ্বা ভাৱ

উদাহরণ : লʼৰাহঁতৰ কংগ্রেছৰ প্রতি ধাউতি আছে

অর্থ : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল

উদাহরণ : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে

সমার্থক : অনুৰাগ, আসক্তি, জেদ, টান, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা

অর্থ : আসক্ত হোৱা ক্রিয়া বা ভাব

উদাহরণ : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল

সমার্থক : অনুৰাগ, আসক্তি, ইচ্ছানুভূতি, টান, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ

অর্থ : প্রাকৃতিকভাৱে কোনো কাম আদিত হোৱা ধাউতি

উদাহরণ : পঢ়াৰ প্রতি ধাউতি দেখি ্তেওঁক চহৰলৈ পঠোৱা হʼল

সমার্থক : অভিৰুচি, আগ্রহ, ইচ্ছা, মন, হাবিলাস, হাবিয়াস, ৰুচি

অর্থ : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

উদাহরণ :

সমার্থক : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ

चौपाल