সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ স্ত্রী সম্ভোগৰ শক্তি নাথাকে বা কম থাকে
উদাহরণ : তাইৰ বিবাহ এজন নপুংসকৰ লগত কৰালে
সমার্থক : হিজৰা
অর্থ : যাৰ স্ত্রী-সম্ভোগ কৰাৰ শক্তি নাই বা বহুত কম
উদাহরণ : নপুংসক পুৰুষ সন্তান জন্ম দিয়াত বিফল হয়
সমার্থক : অজনক, অজনিকা, ক্লীৱ, পুৰুষত্বহীন, পৌৰুষহীন, বী্র্যহীন, লেহেতীয়া, শণ্ড
ইনস্টল