পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নম্বৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নম্বৰ   বিশেষ্য

অর্থ : কোনো কাম কৰোতে বা খেল খেলোতে ক্রমানুসৰি সকলোৱে পোৱা সুযোগ

উদাহরণ : এতিয়া ৰামৰ পাল

সমার্থক : পাল, বাৰ

অর্থ : ক্রম অনুসৰি লিখা, থোৱা বা বনোৱা বস্তু আদিৰ সন্মুখত ক্রম অনুসৰি লিখা বা ধৰি লোৱা সংখ্যা

উদাহরণ : ক্রমিক নং একত লিখা কথাটোৰ সৈতে মই সহমত নহয়

সমার্থক : ক্রম-সংখ্যা, ক্রমাংক, ক্রমিক নং, ক্রমিক নম্বৰ, নং

অর্থ : পৰিধান আদিৰ এটি মাপ

উদাহরণ : মই দোকানৰ পৰা ন নম্বৰৰ এজোৰ জোতা কিনিলো

অর্থ : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি

উদাহরণ : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে

সমার্থক : অংক, অঙ্ক

অর্থ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

উদাহরণ : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

সমার্থক : অংক, খণ্ড, সংখ্যা

चौपाल