সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
উদাহরণ : আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
সমার্থক : দলিওৱা, পেলাই দিয়া, ভৰোৱা
অর্থ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
উদাহরণ : ডাষ্টবিনত জাবৰ পেলোৱা হয়
সমার্থক : দলিওৱা, দলিয়া, পেলোৱা
ইনস্টল