অর্থ : যাৰ হাতত জীৱিকা নি্র্বাহৰ বাবে কোনো কাম-কাজ নাথাকে
উদাহরণ :
দিনে দিনে নিবনুৱাৰ সংখ্যা বাঢ়িবলৈ ধৰিছে
সমার্থক : সংস্থাপনহীন
অর্থ : জীৱিকাৰ কাৰণে মানুহৰ ওচৰত একো কাম নথকা অৱস্থা
উদাহরণ :
দিনে দিনে নিবনুৱাৰ সমস্যা বাঢ়ি গৈ আছে
সমার্থক : বেৰোজগাৰ
অর্থ : যাৰ ওচৰত জীৱন-নি্র্বাহৰ কাৰণে কোনো কাম-বন নাই
উদাহরণ :
বর্ত্্মান বহুত নিবনুৱা যুৱক আছে
সমার্থক : জীৱিকাহীন