পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নি্র্ণয় শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নি্র্ণয়   বিশেষ্য

অর্থ : কোনো কার্য কেনে হোৱা উচিত তাৰ ঔচিত্য আৰু অনৌচিত্য আদি বিচাৰ কৰি কোনো মতত উপনীত হোৱা কার্য

উদাহরণ : তেওঁ ঘৰৰ ্পৰা বেলেগ হৈ থাকিবলৈ সিদ্ধান্ত লʼলে

সমার্থক : সিদ্ধান্ত

অর্থ : বাদী তথা প্রতিবাদীৰ কথা আৰু তর্ক শুনি তাৰ ঠিক হোৱা বা নোহোৱাৰ সম্বন্ধত আদালতৰ দ্বাৰা মত স্থিৰ কৰা কার্য

উদাহরণ : বহুত দিনৰ পৰা চলি অহা মোকর্দ্্মাৰ নি্র্ণয় ্কালি হৈ গʼল

সমার্থক : সিদ্ধান্ত

चौपाल