অর্থ : নিয়ম অনুসৰি
উদাহরণ :
নিয়মমতে আমাৰো এই ভৱনত প্রবেশ কৰাৰ অধিকাৰ আছে
সমার্থক : নিয়মানুযায়ী, যথানিয়মে
অর্থ : বিধি বা নিয়ম অনুসৰি
উদাহরণ :
এই কামটো বিধিপূর্বক হৈ ্যোৱা উচিত
সমার্থক : কায়দামতে, বিধিপূর্বক, বিধিৱৎ