পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নয়ন জুৰোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নয়ন জুৰোৱা   বিশেষণ

অর্থ : যি দেখিবলৈ আকর্ষণীয় বা যাৰ অৱয়ব ভাল:তেওঁৰ ্ লʼৰাটো বৰ ধুনীয়া

উদাহরণ :

সমার্থক : চকু জুৰোৱা, চকুত চমকল লগোৱা, চকুত লগা, দেখনিয়াৰ, ধুনীয়া, নয়নাভিৰাম, বিতোপন, মোহনীয়া, সুন্দৰ, সোণাৰি-গঢ়ী, ৰূপহ

অর্থ : যিয়ে চকুত আনন্দ দিয়ে বা ভাল লগায়

উদাহরণ : পথটোৰ দৃশ্য নয়নাভিৰাম আছিল

সমার্থক : চকু জুৰোৱা, চকুত চমক লগোৱা, নয়নাভিৰাম

चौपाल