অর্থ : ফল আদি পূৰঠ হোৱাৰ পিছত খোৱাৰ উপযোগী হোৱা
উদাহরণ :
পাচিটোৰ গোটেইবোৰ আম পকা
সমার্থক : পৰিপক্ক হোৱা
অর্থ : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা
উদাহরণ :
তেওঁ ্ পকা আম খাই আছে
সমার্থক : পৰিপক্ক