অর্থ : কিবা কাম কৰা বা নকৰাৰ সম্পর্কত ্কৰা সঠিক নিশ্চিতি
উদাহরণ :
ভীষ্মই আজীৱন ্ব্রহ্মচর্য ব্রত ্পালন কৰাৰ প্রতিজ্ঞা কৰিছিল
সমার্থক : প্রতিজ্ঞা
অর্থ : পাশা, জুৱা আদি খেলৰ সময়ত হৰা-জিকাৰ কাৰণে খেলুৱৈৰ সন্মুখত ৰখা বস্তু বা ধন আদি
উদাহরণ :
যুধিষ্ঠিৰে পাশা খেলত দ্রৌপদীক পণ হিচাপে ৰাখিছিল