অর্থ : এটা এটা কৰি বা ক্রমেৰে
উদাহরণ :
সকলো শিশুকে ক্রমানুসৰি পলিঅʼ দৰব খুওৱা হʼল
সমার্থক : অনুক্রমিকভাৱে, আনুপূর্বিকভাৱে, ক্রম অনুসৰি, ক্রমশঃ, ক্রমাগতভাৱে, ক্রমানুযায়ী, ক্রমানুসাৰে, ক্রমানুসৰি, ধাৰাবাহিকভাৱে, পর্য্যায়ক্রমে, যথাক্রমে