পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পাগল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পাগল   বিশেষ্য

অর্থ : মন আৰু বুদ্ধিয়ে ভাৰসাম্যতা হেৰুওৱা মগজুৰ এক প্রকাৰ ৰোগ:অতিমাত্রা শোকে তেওঁক ্পাগল কৰি তুলিলে

উদাহরণ :

সমার্থক : উন্মত্ত, উন্মাদ, পগলা, বলিয়া, বাউল, বাতুল

অর্থ : যিজন ব্যক্তিৰ মগজুৱে কাম কৰিবলৈ এৰি দিছে

উদাহরণ : ৰাষ্টাত এজন পাগল ব্যক্তি নিজে নিজৰ লগত কথা পাতি গৈ আছিল

সমার্থক : পাগল ব্যক্তি

পাগল   বিশেষণ

অর্থ : যাৰ মানসিক সন্তুলন নোহোৱা হৈছে

উদাহরণ : বলীয়া কুকুৰে কামোৰাৰ কাৰণে সংগীতা পাগলী হʼল

অর্থ : ক্রোধ, প্রেম আদিৰ কাৰণে যি অচেতন হৈ থাকে

উদাহরণ : ক্রোধত পাগল ব্যক্তিয়ে যিকোনো কাম কৰি পেলাব পাৰে

সমার্থক : বাউল

অর্থ : মগজুৰ বিকৃতি ঘটা

উদাহরণ : চকুৰ আগতে নিজৰ ঘৰখন থানবান হৈ যোৱা দেখি শ্যাম পাগল হৈ গৈছে

সমার্থক : অলিয়া-বলিয়া, উন্মত্ত, উন্মাদ, পগলা, বলিয়া, বলিয়া-বতীয়া, বাউল, বাতুল

चौपाल