অর্থ : কাঠ, কাপোৰ, ধাতু আদিৰ পাতল, চেপেটা আৰু দীঘল টুকুৰা
উদাহরণ :
বাঢ়ৈয়ে কাঠৰ পাটবোৰ একগোট কৰি আছে
অর্থ : যি সাঁচ বা কাথামোৰ ওপৰত বহি ৰাজমিস্ত্ৰী বা কাৰিকৰে কাম কৰে
উদাহরণ :
ৰাজমিস্ত্ৰিয়ে পীৰাৰ পৰা নামি কথা কʼবলৈ ধৰিলে
সমার্থক : পীৰা