পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পিচা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পিচা   বিশেষ্য

অর্থ : কোনো বস্তু খুন্দি গুৰি কৰা কার্য

উদাহরণ : পিচাৰ কাৰণে ৰাখি থোৱা শস্যবোৰ বৰষুণত তিতিল

পিচা   ক্ৰিয়া

অর্থ : কোনো বস্তুক পিহি গুড়ি কৰা

উদাহরণ : তেওঁ ঘেঁহু পিচি আছে

সমার্থক : পিহা

অর্থ : কুটা বা পিচি গুৰি কৰা কাৰ্য

উদাহরণ : মছলা পিচা হʼল

সমার্থক : গুৰি কৰা, বটা

অর্থ : পানীৰ সহায়েৰে মোহাৰি মিহি কৰা

উদাহরণ : তেওঁ শিলত মছলা পিচিছে

সমার্থক : বটা

चौपाल