পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পিয়ন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পিয়ন   বিশেষ্য

অর্থ : কাগজ-পত্র অনা-নিয়া কৰা, বিষয়াৰ আদেশ মনা বা প্রয়োজন অনুসৰি:মোৰ কার্যালয়ৰ পিয়নজনৰ হাতত কিছুমান কামৰ দায়িত্ব ন্যস্ত থাকে

উদাহরণ :

সমার্থক : চাপৰাচী, চাপৰাছী, পিয়াদা, ্ অর্ডালি

অর্থ : কার্যালয়ৰ চিঠিপত্র অনা-নিয়া আদি কাম কৰা কর্ম্্চাৰী

উদাহরণ : পিয়নজনে হাতত ফাইল লৈ দণ্ডাধিকাৰীৰ পিছে-পিছে গʼল

সমার্থক : চাপৰাচী

অর্থ : চিঠি-পত্র, মানি-্অর্ডাৰ আদি ঘৰে ঘৰে দি ফুৰা ডাক বিভাগৰ কর্ম্্চাৰী

উদাহরণ : ডাকোৱালে ঘৰে ঘৰে ঘূৰি চিঠি-পত্র দি ফুৰে

সমার্থক : ডাকোৱাল, পত্রবাহক, পোষ্টমেন

चौपाल