পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পুৰণিকলীয়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পুৰণিকলীয়া   বিশেষণ

অর্থ : যিটো প্রচলিত নহয়

উদাহরণ : তুমি সদায় অপ্রচলিত সাজ-পোছাকেই কিয় পিন্ধা ?

সমার্থক : অপ্রচলিত, অব্যৱহৃত, নচলা, পুৰাতন, প্রচলনহীন

অর্থ : বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ

উদাহরণ : তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে

সমার্থক : অতীত, অনেক-কলীয়া, আগৰ কালৰ, আগৰ দিনৰ, গত, পুৰণা, পুৰণি, পুৰণি কালৰ, পুৰাতন, পুৰাতনীয়া, পূর্বক্ালীন, পূর্বক্ালৰ, প্রাচীন, প্রাচীন কালৰ, বহুকলীয়া, বহুদিনীয়া, বিগত, যাত, সাতামপুৰুষীয়া

অর্থ : পাৰ হৈ যোৱা সময়ৰ সৈতে সম্বন্ধিত

উদাহরণ : পুৰণিকলীয়া কাজিয়া-পেচালবোৰ পাহৰি আমি বন্ধুত্বৰ হাত আগবঢ়োৱা উচিত

সমার্থক : অতীত কালীন, পূর্বক্ালীন, ভূতকালীন

चौपाल