পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পৃথক হোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পৃথক হোৱা   ক্ৰিয়া

অর্থ : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য

উদাহরণ : তেওঁ কংগ্রেছৰ পৰা ওলাল

সমার্থক : ওলোৱা

অর্থ : কোনো অংশত পৃথক পৃথক হোৱা

উদাহরণ : স্বাধীনতাৰ পিছত ভাৰতবর্ষ ্দুভাগত বিভক্ত হʼল

সমার্থক : বিভক্ত হোৱা

অর্থ : মিলি বা লাগি বা যুক্ত হৈ থকা বস্তু আদি বেলেগ হোৱা

উদাহরণ : কামিজৰ বুটামটো এৰাই গʼল কিতাপৰ পাতবোৰ এৰাবলৈ ধৰিছে জেকি যোৱা বাবে বেৰৰ চিমেন্টবোৰ এৰি গৈছে

সমার্থক : এৰাই যোৱা, এৰি যোৱা, ওলাই যোৱা

অর্থ : * সম্বন্ধ আদি নাইকিয়া হোৱা

উদাহরণ : নিজৰ মাজতে কাজিয়া লাগি পতি-পত্নী দুয়ো এৰা-এৰি হʼল

সমার্থক : আঁতৰ্া-আঁতৰি হোৱা, এৰা-এৰি হোৱা, নিলগ হোৱা, নিলগা-নিলগি হোৱা, বিচ্ছিন্ন হোৱা, বিভক্ত হোৱা, বেলেগ হোৱা

चौपाल