পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পৈতৃক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পৈতৃক   বিশেষ্য

অর্থ : পিতৃৰ বা পিতৃৰ পৰা লাভ কৰা সম্পত্তি

উদাহরণ : চৰকাৰী সম্পত্তি কাৰোৰে পৈতৃক নহয়

পৈতৃক   বিশেষণ

অর্থ : ককাদেউতাৰ সময়ৰ পৰা চলি অহা বা ককাদেউতাৰ পৰা পোৱা

উদাহরণ : তেওঁ নিজৰ পৈতৃক সম্পত্তি দুখীয়াৰ মাজত ভগাই দিলে

অর্থ : যিটো কোনো বংশত একেৰাহে হৈ আহিছে আৰু যাৰ আগতেও সেই বংশত হৈছিল বা পিছলৈকো হৈ থকাৰ সম্ভাৱনা আছে

উদাহরণ : তেওঁ বংশগত ্ৰোগত ভুগিছে

সমার্থক : আনুবংশিক, বংশগত, বংশানুক্রমিক

অর্থ : পিতা সম্বন্ধীয়

উদাহরণ : আমি পৈতৃক সম্পত্তি দান কৰি দিলোঁ

चौपाल