পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পোৱালি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পোৱালি   বিশেষ্য

অর্থ : কাৰোবাৰ পুত্র বা কন্যা

উদাহরণ : মাক-দেউতাকৰ সেৱা কৰাটো সকলো সন্তানৰে পৱিত্র ্কর্তব্য

সমার্থক : অপত্য, ছা-ছলি, ছানা-পোণা, ছাহা-বাহা, ছাৱ-পুতাই, পুত্র-কন্যা, পো-জী, পো-পোৱালি, বেটা-বেটী, লʼৰা-ছোৱালী, লʼৰা-দামুৰি, লʼৰা-লুৰি, শাৱক, সতি-সন্ততি, সন্তান

অর্থ : কোনো পশুৰ সন্তান

উদাহরণ : যিকোনো পশুৰেই পোৱালি বৰ ধুনীয়া হয়

সমার্থক : শাৱক

অর্থ : কোনো জীৱ-জন্তুৰ পোৱালি

উদাহরণ : কুকুৰজনীয়ে নিজৰ পোৱালিকেইটাক গাখীৰ খুৱাই আছে

অর্থ : ঘোঁৰাৰ মতা পোৱালি

উদাহরণ : ঘোঁৰাজনীয়ে পোৱালিটোক চেলকি আছে

সমার্থক : ঘোঁৰা পোৱালি

অর্থ : ছাগলী বা ভেড়া ছাগলীৰ পোৱালি

উদাহরণ : কালি ৰাতি শিয়ালে এটা ছাগলী পোৱালি লৈ গʼল

সমার্থক : ছাগলী পোৱালি

অর্থ : কুকুৰৰ পোৱালি

উদাহরণ : কুকুৰজনীয়ে নিজৰ পোৱালিটোক গাখীৰ খুৱাই আছে

সমার্থক : কুকুৰ-পোৱালি, পোৱালি কুকুৰ

चौपाल