অর্থ : আওবাটে যোৱা কার্য
উদাহরণ :
অসৎ বন্ধুৰ প্রলোভনত পৰি ৰামে চোৰ কৰিলে
অর্থ : কাৰোবাক লোভ দেখুৱাই নিজৰ ফলীয়া কৰা কোনো কথা বা কাম
উদাহরণ :
কান্দি থকা শিশুটোক প্রলোভন জৰিয়তে সহজে শান্ত কৰিব পৰা যায়
সমার্থক : লালসা