পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে প্রসাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

প্রসাৰ   বিশেষ্য

অর্থ : দী্র্ঘ্্তা, প্রস্থতা আদি

উদাহরণ : হিমালয়ৰ পৰা কন্যাকুমাৰীলৈকে ভাৰতবর্ষৰ বিস্তৃতি

সমার্থক : প্রসাৰণ, পৰিকীর্ণ্্তা, পৰিব্যাপ্তি, বিসাৰ, বিস্তাৰ, বিস্তৃতি, বিয়পি থকা-, ব্যাপ্তি

অর্থ : কোনো বস্তু প্রসাৰিত হৈ থকা কার্য

উদাহরণ : শিক্ষাৰ প্রসাৰেহে দেশৰ উন্নতি সাধিব পাৰিব

সমার্থক : প্রচাৰ, বিস্তাৰ

অর্থ : গতি, বুদ্ধি, উদ্যম আদিৰ প্রসাৰ

উদাহরণ : শিশুৰ বুদ্ধিৰ প্রসাৰ কিমানলৈকে হয়, কোৱাটো কঠিন

चौपाल