পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পৰাক্রম শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পৰাক্রম   বিশেষ্য

অর্থ : বাহু বা শৰীৰৰ বিশেষ ধৰণৰ বল যাৰ দ্বাৰা মানুহে কোনো ডাঙৰ কাম কৰিব পাৰে

উদাহরণ : ভৰতৰ বাহুবলৰ অনুমান কোনোৱে কৰিব পৰা নাছিল

সমার্থক : বাহুবল, শাৰীৰিক শক্তি

অর্থ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

উদাহরণ : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

সমার্থক : জোৰ, তেজ, বল, শকতি, শক্তি

অর্থ : বীৰ হোৱা অৱস্থা বা ভাব

উদাহরণ : ৰাণী লক্ষ্মীবাঈৰ বীৰত্ব জগত খ্যাত

সমার্থক : বিক্রম, বীৰত্ব, শৌর্য, ্পৌৰুষ

चौपाल