পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পৰিকল্পনা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পৰিকল্পনা   বিশেষ্য

অর্থ : সম্ভাৱনাময় কথাৰ আগতীয়াকৈ কল্পনা কৰি লোৱা কার্য

উদাহরণ : তোমাৰ পৰিকল্পনাৰ বিষয়ে মোৰ বুজা আছে

অর্থ : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধি কৰিবৰ কাৰণে আনুমানিকভাৱে তৈয়াৰ কৰা ৰেখাংকন যি সম্পূর্ণ্্তা লাভ কৰা নাই

উদাহরণ : এইবাৰ ভাৰতৰ আর্থিক অৱস্থালৈ চাই আঁচনি প্রস্তুত কৰা হৈছে

সমার্থক : আঁচনি, যোজনা, স্কীম

चौपाल