পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পৰিত্যক্ত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পৰিত্যক্ত   বিশেষ্য

অর্থ : যিজন ব্যক্তিক ত্যাগ কৰা হৈছে

উদাহরণ : ইয়াত পৰিত্যক্তসকলক আশ্রয় প্রদান কৰা হয়

অর্থ : ব্যৱহাৰ কৰি বা কোনো অন্য কাৰণবশতঃ এৰা পদার্থ

উদাহরণ : বেচেৰী বিধৱাজনীয়ে গোটেই জীৱন এৰেহাহে পায় থাকিল

সমার্থক : উচিছষ্ট, এৰেহা

পৰিত্যক্ত   বিশেষণ

অর্থ : এৰা অৱস্থা বা পৃথক কৰা

উদাহরণ : তেওঁ নিজৰ পৰিত্যক্ত পত্নীক পুনৰ নিজৰ কৰি লʼলে

चौपाल