পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পৰিমণ্ডল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পৰিমণ্ডল   বিশেষ্য

অর্থ : কোনো ঘটনা, কার্য, জীৱ আদিৰ চৌপাশৰ বা ওচৰ-পাজৰৰ বাস্তৱিক স্থিতি বা অৱস্থা

উদাহরণ : ইয়াৰ পৰিস্থিতি সাম্প্রদায়িক ্সংঘর্ষৰ ্কাৰণে দিনে-দিনে বেয়াৰ পিনে ঢাল খাইছে

সমার্থক : আবহাওৱা, প্রতিবেশ, পৰিস্থিতি, পৰিৱেশ, বাতাবৰণ, ্পর্য্যাবৰণ

অর্থ : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ

উদাহরণ : এই বৃত্তটোৰ পৰিধি হিচাপ কৰা

সমার্থক : পৰিধি, বৃত্ত পৰিধি, বৃত্ত সীমা

चौपाल