অর্থ : ছেদ কৰা কার্য
উদাহরণ :
গহনা পিন্ধিবৰ কাৰণে মহিলাসকলে নাক আৰু কাণত ফুটা উলিয়ায় লয়
সমার্থক : ছেদন
অর্থ : কোনো ধৰণৰ পাতলীয়া আৱৰণযুক্ত আৰু ভিতৰৰ ভাগ ফোপোলা বা কোনো কোমল বস্তুৰে ভৰি থকা বস্তু ফাটি যোৱা এক অৱস্থা
উদাহরণ :
এই ঢোলকটো ফুটি থাকিল
সমার্থক : ফুটি থকা
অর্থ : ভৰি পৰাৰ বাবে আৱৰণ ফালি ওলাই অহা
উদাহরণ :
ফোঁহাটো ফুটিলে, এতিয়া সোনকালে শুকাই যাব