পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বকেয়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বকেয়া   বিশেষ্য

অর্থ : আনৰ পৰা পাব লগা ধন বা টকা-পইচা আদি

উদাহরণ : মহাজনে প্রতিমাহৰ পহিলা দিনা পাওনা লʼবৰ বাবে ঘৰলৈ যায়

সমার্থক : পাওনা, প্রাপ্যধন

অর্থ : কাৰোবাৰ জিম্মাত বাকী থাকি যোৱা ধনৰ অংশ

উদাহরণ : তেওঁ বেংকৰ ্পৰা বকেয়া ধন আদায় কৰিলে

বকেয়া   বিশেষণ

অর্থ : যি কাৰোবাৰ জিম্মাত বাকী থাকি গৈছে

উদাহরণ : মই বকেয়া ধন জমা কৰিবলৈ গৈছিলোঁ

সমার্থক : বাকী

चौपाल