অর্থ : বাদ্য যন্ত্রৰ পৰা শ্্ব্দ উৎপন্ন কৰা
উদাহরণ :
বিবাহথলীত চেহনাই বজাইছিল
অর্থ : আনৰ হতুৱাই বজা
উদাহরণ :
অধক্ষ্যই চকিদাৰৰ হতুৱাই ঘন্টা বজোৱালে
অর্থ : আঘাত কৰি বা কোনো প্রকাৰে শ্্ব্দ উৎপন্ন কৰা
উদাহরণ :
তেওঁ ্ঢোলক বজাই আছে