পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বদমাচ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বদমাচ   বিশেষ্য

অর্থ : কোনো কাৰণ নোহোৱাকৈ কাজিয়া কৰা বা মাৰপিট কৰালোক

উদাহরণ : দাৰোগাই আজি চাৰিআলিত এটা গুণ্ডাক ধৰি খুউব পিটিলে

সমার্থক : গুণ্ডা, দাদা, বজ্জাত, বদমাছ

বদমাচ   বিশেষণ

অর্থ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট

উদাহরণ :

সমার্থক : কামুক, খেচেৰা, খেচৰ, চৰিত্রহীন, দুশ্চৰিত্র, ব্যভিচাৰী, লম্পট, লুচ্ছা

অর্থ : যিজনে বৰ উৎপাত কৰে

উদাহরণ : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে

সমার্থক : উৎপতীয়া, খটাসুৰ, দুষ্ট

অর্থ : যি উপদ্রৱ কৰে

উদাহরণ : তেওঁ এজন ্উৎপতীয়া ব্যক্তি

সমার্থক : উপদ্রৱ কর্তা, উপদ্রৱকাৰী, উপদ্রৱী, উৎপতীয়া

चौपाल